অলিম্পিয়া প্ৰতিবেদন
৭৪ তম স্বাধীনতা দিৱস উপলক্ষে অসম অলিম্পিক সন্থাই কালি নেহেৰু ষ্টেডিয়ামত স্বাধীনতা দিৱস উদযাপন কৰে। সংস্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ উপস্থিতিত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে ভাৰতীয় জাতীয় পাতাকা উত্তোলন কৰে। অনুষ্ঠানটোত সংস্থাৰ উপ সভাপতি অনুপ চৌধুৰী আৰু বিষ্ণুৰাম নুনিছাও উপস্থিত থাকে।