আজিৰে পৰা জে কে বৰুৱা আন্তঃজিলা ক্ৰিকেট
অলিম্পিয়া প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আজিৰে পৰা অনুষ্ঠিত হব জে কে বৰুৱা অনুর্ধ ১৯ বৰ্ষৰ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেণ্ট। ৰাজ্যৰ সকলো জিলাৰ ৩৯ টা দলৰ মাজত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ৬ টা মণ্ডলত অনুষ্ঠিত হ’ব। মেচসমূহ ৫০ অভাৰৰ এদিনীয়া ফৰ্মেটত খেলোৱা হ’ব।
হেড কোৱাৰ্টাৰ মণ্ডলৰ মেচসমূহ গোৱালপাৰাত অনুষ্ঠিত হোৱাৰ বিপৰীতে দক্ষিণ মণ্ডলৰ মেচসমূহ অনুষ্ঠিত হ’ব শিলচৰত। চেণ্ট্ৰেল আছাম মণ্ডলৰ মেচসমূহ মৰিগাঁও, উত্তৰ মণ্ডলৰ মেচসমূহ ধেমাজি, নামনি মণ্ডলৰ মেচসমূহ বঙাইগাঁও আৰু উজনি মণ্ডলৰ মেচসমূহ তিনিচুকীয়াত আয়োজন কৰা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাইছে অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই।
মেচৰ সূচীসমূহ তলত উল্লেখ কৰা ধৰণৰ:



You may also like
মনোজ তিৱাৰী শীঘ্ৰেই তৃণমূল কংগ্ৰেছলৈ
দ্বিতীয় সংখ্যক সদৌ অসম মাষ্টাৰ্ছত ডিব্ৰুগড় শ্ৰেষ্ঠ
ৰাজস্থান ৰয়েলছে বর্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত মুকলি কৰিলে উত্তৰ-পূবত তেওঁলোকৰ প্ৰথমখন ক্ৰিকেট একাডেমীৰ
কালিলৈ জুনিয়ৰ ৰাষ্ট্ৰীয় নেটবল চেম্পিয়নশ্বিপৰ বাবে অসম দলৰ বাচনি শিবিৰ
কনকলতা বৰুৱা মহিলা ক্ৰিকেটত কেন্দ্ৰীয় অসম মণ্ডল,হেড কোৱাৰ্টাৰ মণ্ডলৰ অগ্ৰগতি