ক’ভিড-১৯ ত আক্ৰান্ত জিনেদাইন জিডান

ৰিয়েল মাদ্ৰিদৰ প্ৰশিক্ষক জিনেদাইন জিডানৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ৰ উপস্থিতি। শুক্ৰবাৰে লা-লীগাই এই কথা স্পষ্ট কৰিছে। স্বাস্থ্যমন্ত্ৰালয়ৰ পৰা ক’ভিড-১৯ ৰ ৰিজাল্ট নিগেটিভ নহা পৰ্যন্ত জিনেদাইন আইছ’লেশ্যনত থাকিব লাগিব। এই সময়ছোৱাত তেওঁ কোনো ঠাই ভ্ৰমণ কৰিব নোৱাৰাৰ লগতে খেলুৱৈৰ সংস্পৰ্শলৈ আহিব নোৱাৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *