পৰাগধৰ কোঁৱৰ

জন্মঃ ২২.৬.১৯৬০

পিতৃ-মাতৃঃ পদ্মেশ্বৰ কোঁৱৰ, অমৰপ্ৰভা কোঁৱৰ

লিংগঃ পুৰুষ

খেলঃ টাইকোৱানডো

ক্লাৱ আৰু জিলা পৰ্যায়ত লাভ কৰা সফলতাই পৰাগধৰ কোঁৱৰক টাইকোৱানডোৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিছে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতাৰ বাবেই দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হোৱা পৰাগধৰ কোঁৱৰে বহুকেইখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *