ভাৰত বনাম পাকিস্তানৰ খেল উপভোগ কৰিবলৈ ২ দিনৰ ছুটি বিচাৰিলে পাকিস্তানৰ গৃহমন্ত্ৰীয়ে

অলিম্পিয়া প্ৰতিবেদন

ভাৰত আৰু পাকিস্তানৰ মাজত ২৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত মেচখন উপভোগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ পৰা দুদিনৰ ছুটিৰ আবেদন কৰিছে পাকিস্তানৰ গৃহ মন্ত্ৰীয়ে। দুই দেশৰ ক্ৰিকেটপ্ৰেমীৰ বাহিৰেও সমগ্ৰ বিশ্বৰ ক্ৰিয়াপ্ৰেমীৰ দৃষ্টি নিবদ্ধ এতিয়া দেওবাৰৰ খেলখনত।পাকিস্তানী গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মন্ত্ৰী চেইখ ৰছিদ কবিজে মেচখন উপভোগ কৰিবলৈ ডুবাইলৈ ৰাওনা হ’ব আৰু তাৰ বাবে দুদিনৰ ছুটি ইতিমধ্যে তেওঁ লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *