জন্মঃ ১৮৭৪ (গুৱাহাটী)
পিতৃ-মাতৃঃ আৰ.পি.বৰুৱা, মায়া বৰুৱা
লিংগঃ মহিলা
খেলঃ সাতোঁৰ

তিনিবছৰ বয়সতে দীঘলীপুখুৰীৰ দুয়োপাৰ সাতুৰিবলৈ সক্ষম হোৱা মিঠু বৰুৱাই বহু কেইটা ৰাষ্ট্ৰীয় ৰেকৰ্ড ভংগা পতা কৰা লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল। এইগৰাকী অসমীয়া জলকন্যাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে পদক লাভ কৰিবলৈ সক্ষম হৈছিল।