হা‌ংগেৰীৰ ৰিগ’ত ভাৰতৰ লিয়নৰ গ্ৰেণ্ড শ্লাম দখল

অলিম্পিয়াৰ প্ৰতিবেদন

ভাৰতৰ তৰুণ আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ Leon Luke Mendonca ই হাংগেৰীত অনুষ্ঠিত হোৱা ৰিগ’ দবা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাখনত চেম্পিয়নৰ খিতাপ জয় কৰা ১৪ বৰ্ষীয় Leon Luke Mendonca ৰ এয়া প্ৰথমটো গ্ৰেণ্ড শ্লাম খিতাপ। গোৱাৰ এইগৰাকী তৰুণ দবা খেলুৱৈয়ে প্ৰতিযোগিতাখনত ছখন মেচত জয় লাভ কৰাৰ বিপৰীতে দুখনত ড্ৰ আৰু এখনত পৰাজিত হৈ শীৰ্ষ স্থান দখল কৰি এই খিতাপ দখল কৰিছে‌। প্ৰতিযোগিতাখনত তিনিজন গ্ৰেণ্ড মাষ্টাৰেও অংশগ্ৰহণ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *