News Sports Newsভাৰতীয় দলৰ সমুখত আন এক বিপদ! ব্ৰিছবেন টেষ্টৰ প্ৰাকক্ষণত মোক্ষম আঘাতঅলিম্পিয়া প্রতিবদেন: অষ্ট্ৰেলিয়াত ভ্ৰমণৰত ভাৰতীয় ক্ৰিকেট দলৰ সমুখত ইটোৰ পিছত সিটোকৈ বিপদ। চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত By PURNANANDA NEOG / January 12, 2021
News Sports Newsঅৱশেষত সপোন পূৰণ হল মিনুৰঃ শিল ভঙা পিতৃৰ কন্যাই প্ৰতিনিধিত্ব কৰিব দেশকঅৱশেষত মিনুৰ সপোন পূৰণ হ’ল। প্ৰকাণ্ড হাতোৰাৰ কোবত পাথৰ ভাঙি ঘৰ চলোৱা মান সিঙৰ একমাত্ৰ By Tushar Pratim / January 12, 2021
News Sports Newsঅৱশেষত অনিচ্ছয়তা আতৰিল : চতুৰ্থখন টেষ্ট ব্ৰীছবেনত খেলিবলৈ মান্তি হ’ল ভাৰতঅৱশেত ব্ৰীছবেনত খেলিবলৈ মান্তি হ’ল ভাৰতীয় ক্ৰিকেট দল। অষ্ট্ৰেলিয়া ভ্ৰমণৰত ভাৰতীয় দলটোৱে চতুৰ্থখন টেষ্ট ব্ৰীছবেনত By Tushar Pratim / January 11, 2021
News Sports News Uncategorizedআঘাত, বৰ্ণ বৈষম্যমূলক আচৰণ, সীমাহীন শ্লেজিং: তাৰপিছতো অদমনীয় ভাৰতঅলিম্পিয়া বিশেষ লেখা বিৰাট কোহলিবিহীন ভাৰতৰ বাবে অষ্ট্ৰেলিয়াৰ মাটিত বিজয়ৰ কল্পনা আছিল আশাতীত। ভুলতো ভবা By PURNANANDA NEOG / January 11, 2021
News Sports Newsভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টৰ মাজত সৃষ্টি হোৱা বৰ্ণবৈষম্যৰ ভিডিঅ’ ভাইৰেলঅষ্ট্ৰেলিয়াত বৰ্ণবৈষম্যৰ বলি হোৱা ভাৰতীয় ক্ৰিকেটাৰ মহম্মদ ছিৰাজৰ লগতে ভাৰতীয় ক্ৰিকেট দলৰ সকলো সদস্য আৰু By Tushar Pratim / January 11, 2021
News Sports Newsৰাষ্ট্ৰীয় শ্বুটিং ট্ৰায়েলত হৃদয়ৰ ৰেকৰ্ডঅসমৰ উদিয়মান শ্বুটাৰ হৃদয় হাজৰিকা পুনৰ সংবাদ শিৰোনামলৈ আহিছে। যোৱা শনিবাৰে ১৯বৰ্ষীয় হৃদয়ে ডাঃ কাৰ্নি By Tushar Pratim / January 11, 2021
News Sports Newsআশ্বিন পত্নীৰ আৱেগিক প’ষ্টভাৰত আৰু অষ্ট্ৰেলিয়াৰ তৃতীয় টেষ্টত ভাৰতক পৰাজয়ৰ গৰাহৰ পৰা ৰক্ষা কৰা ৰবিচন্দ্ৰন আশ্বিনক লৈ তেওঁৰ By Tushar Pratim / January 11, 2021
News Sports Newsপাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ছোৱেব মালিকৰ ভয়ংকৰ পথ দুৰ্ঘটনাপাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ স্বামী ছোৱেব মালিকৰ ভয়ংকৰ By Tushar Pratim / January 11, 2021
News Sports Newsভাৰতৰ পাঁচজন ভৱিষ্যত তাৰকা যাৰ বয়স ১৫ বছৰতকৈ কমভাৰতৰ কেইবাগৰাকীও জুনিয়ৰ পৰ্যায়ৰ খেলুৱৈৰ প্ৰদৰ্শনে শেহতীয়াকৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। ক্ৰীড়া ক্ষেত্ৰত দেখুওৱা তেওঁলোকৰ By Tushar Pratim / January 11, 2021
News Sports Newsআন্তঃক্লাব টাইকোৱানডোত বৰপেটাৰোড টাইকোৱানডো একাডেমীৰ সাফল্যঅলিম্পিয়া প্ৰতিবেদন নলবাৰী জিলা টাইকোৱানডাে সন্থাৰ উদ্যোগত তথা মাৰচেল টাইকোৱানডাে ট্রেইনিং চেণ্টাৰৰ সহযোগত দেওবাৰে আয়োজিত By PURNANANDA NEOG / January 11, 2021