Monday, May 23, 2022
HomeNewsজাজৰিত কিৰণ বৰা আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

জাজৰিত কিৰণ বৰা আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী ফুটবল প্ৰতিযোগিতা

অলিম্পিয়া প্ৰতিবেদন

মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ স্বীকৃতিপ্ৰাপ্ত জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত দলংঘাট বৰমণিপুৰস্থিত সন্থাৰ নিজা খেলপথাৰত দেওবাৰৰ পৰা প্ৰাক্তন বিধায়ক কিৰণ বৰা সোঁৱৰণী আৰু মেচাৰ্চ টি.আৰ.এণ্টাৰপ্ৰাইজ চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি অনুষ্ঠিত হ’ব।

সন্থাটোৰ সমন্বয়ক তথা মুখপাত্ৰ জাহিদুৰ ৰহমান আৰু সাধাৰন সম্পাদক ফৰিদুৰ ৰহমানে(ৰিবু) জনোৱামতে জাজৰি আঞ্চলিক ক্ৰীড়া সন্থাই সদৌ অসম ভিত্তিত আয়োজন কৰা এই প্ৰতিযোগিতাৰ দেওবাৰৰ উদ্বোধনী খেলখনত কটহগুৰি ফুটবল ক্লাৱে বঙলাবাৰীৰ জেউতি ক্লাৱৰ বিৰুদ্ধে প্ৰতিদ্বণ্ডিতা কৰিব।আমন্ত্ৰণমূলক প্ৰতিযোগিতাখনিত ইতিমধ্যে ৰাজ্যখনৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে যোগদান কৰিছে বুলি উদ্যোক্তাসকলে লগতে জনাইছে।

🙏 নগাঁৱৰ পৰা দ্বীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

6 − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments