জুনিয়ৰ আন্তঃজিলা ফুটবল; কামৰূপ দল ঘোষণা

অলিম্পিয়া প্রতিবেদন

অহা ১৭ অক্টোবৰৰ পৰা টিহুত অনুষ্ঠিত হ’বলগীয়া ৫৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ ফুটবল প্ৰতিযোগিতাৰ বাবে কামৰূপ দলটো ঘোষণা কৰিছে কামৰূপ জিলা ক্রীড়া সন্থাই। নিৰ্বাচিত খেলুৱৈসকল হ’ল, ভৃগুজ্যোতি দাস, প্ৰাণজিত বড়ো, বিকাশ কলিতা, অংকুজ্যোতি দাস, সুৰ্বশীষ শৰ্মা, ছাহিল আখটাৰ, আৰিফুল ইছলাম, ৰাজেশ বড়ো, জ্যোষিশ দাস, বিকি বাচফৰ, নয়নমণি কলিতা, ৰাজা আহমেদ, ৰন্টু দাস, বিতুপন ডেকা, বাবুল চাংমা, তুষাৰ দাস, তাৰিফ আহমেদ, ৰকী বড়ো, মৃণাল বড়ো আৰু ক্যাষব বড়ো। দলটোৰ মুখ্য প্ৰশিক্ষক আৰু সহ প্ৰশিক্ষকৰ দায়িত্বত আছে ক্ৰমে লোচন শইকীয়া আৰু বিতুপন ডেকা। দলটোৰ মেনেজাৰ চুবন্স নাথ আৰু ধৰণী দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *