ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰত অসমৰ শিৱাংগী শৰ্মাৰ স্বৰ্ণ জয়

অলিম্পিয়া প্ৰতিবেদন

ছিনিয়ৰ নেচনেল একোৱাটিক চেম্পিয়নশ্বিপত অসমৰ সাফল্য । প্ৰতিযোগিতাখনত মংগলবাৰে অসমৰ সাঁতোৰবিদ শিৱাংগী শৰ্মাই লাভ কৰিলে স্বৰ্ণ। ৪০০ মিঃ ফ্ৰি ষ্টাইলত পদক অৰ্জন শিৱাংগীৰ। অসম দলটোৰ প্ৰধান প্ৰশিক্ষক বাবুল গুৰুং। অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে সন্তৰণবিদগৰাকীলৈ জনাইছে শুভেচ্ছা

Leave a Reply

Your email address will not be published. Required fields are marked *