অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে পঞ্জাৱ কিংছৰ প্ৰীতি জিণ্টাই

দেশৰ বিভিন্ন প্ৰান্তত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে পঞ্জাৱ কিংছৰ সহ- স্বত্বাধিকাৰী প্ৰীতি জিণ্টাই। আই পি এলৰ অন্যতম জনপ্ৰিয় ফ্ৰেঞ্চাইজি পঞ্জাৱ কিংছে ৰাউণ্ড টেৱল ইণ্ডিয়া নামৰ এটা বেচৰকাৰী সংস্থাৰ লগত একেলগে এই কাম কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁলোকে অৰ্থ সংগ্ৰহ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰয়োজনীয় অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *