Thursday, July 7, 2022
HomeNewsঅধিক ৰোমাঞ্চকৰ হব টি-২০ ক্ৰিকেট : সলনি হৈছে তিনিটা বিশেষ নিয়ম

অধিক ৰোমাঞ্চকৰ হব টি-২০ ক্ৰিকেট : সলনি হৈছে তিনিটা বিশেষ নিয়ম

অধিক ৰোমাঞ্চকৰ হব টি-২০ ক্ৰিকেট। নতুনকৈ সংযোজিত হৈছে তিনিটা বিশেষ নিয়ম।ক্ৰিকেট অষ্ট্ৰেলিয়াই অনুষ্ঠিত কৰি অহা বিবিএলৰ দশম সংস্কৰণত সলনি হব বহু কেইটা নিয়ম। পূৰ্বে আৰম্ভণিতে ৬ অভাৰৰ পাৱাৰপ্লে আছিল যদিও দশম সংস্কৰণত পাৱাৰপ্লে ৪ অভাৰৰ কৰা হৈছে।

প্ৰতিটো দলে এক্সফেক্টৰ খেলুৱৈক ১০ অভাৰৰ পিছত খেলপথাত নমাবলৈ পাৰিব। টিম লিষ্টত এই খেলুৱৈৰ নাম ১২ বা ১৩ নম্বৰত থাকিব লাগিব।এই খেলুৱৈক বল নকৰা খেলুৱৈ বা ১ অভাৰতকৈ বেছি বল নকৰা খেলুৱৈৰ ঠাইত খেলপথাৰত নমাবলৈ পাৰিব।

এতিয়াৰে পৰা দুটা দলৰ বাবে ৪ পইণ্টৰ ব্যৱস্থা থাকিব।

আগন্তুক ১০ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন ৬ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments