Thursday, July 7, 2022
HomeNewsঅনুজ দাস আন্তঃজিলা হকীত কলিয়াবৰ চেম্পিয়ন

অনুজ দাস আন্তঃজিলা হকীত কলিয়াবৰ চেম্পিয়ন

সফলতাৰে সমাপ্তি ঘটিল অনুজ দাস আন্তঃজিলা জুনিয়ৰ হকী প্ৰতিযোগিতা। ৰূপহীৰ গেৰুৱাটি হাইস্কুলৰ খেল পথাৰত সোমবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনত কলিয়াবৰ জিলা হকী দলে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। কলিয়াবৰে বিগত বৰ্ষৰ চেম্পিয়ন কাৱৈমাৰী হকী একাডেমীক ২-০ গ’লত পৰাস্ত কৰি এই খিতাপ দখল কৰিছে। কলিয়াবৰৰ হৈ গ’ল দুটা দিয়ে নেক আলীয়ে।

প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কলিয়াবৰৰ নেক আলীয়ে

চূড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে সৰ্বভাৰতীয় হকী ফেডাৰচনৰ সভাপতি জ্ঞানেন্দ্ৰ নিগমবাম, অৰুণাচল প্ৰদেশৰ হকীৰ সভাপতি গুম জুম হাইদৰ, উত্তৰ পূৱ ভাৰতৰ ক্ৰীড়া ভাৰতীৰ সহসংগঠন মন্ত্ৰী মনোজ মহান্তি, অসম হকীৰ সম্পাদক তপন দাস আদি।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments