জন্মঃ ২৭.১২.১৯৭৮
পিতৃ-মাতৃ ঃ গংগাচৰণ ভট্টাচাৰ্য, অপৰ্ণা ভট্টাচাৰ্য,
লিংগঃ পুৰুষ
খেলঃ ভলীবল
ভাৰতীয় ভলীবলৰ ক্ষেত্ৰত নিজৰ এক সুকীয়া আসন তৈয়াৰ কৰিবলৈ সক্ষম হোৱা অভিজিৎ ভট্টাচাৰ্যই ৰাজ্যিক পৰ্যায়ত উন্নত প্ৰদৰ্শন কৰাৰ সুৱাদত ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰাৰ লগতে বিশ্বকাপৰ কোৱালিফায়াৰ মেচত ভাৰতীয় দলৰ অধিনায়ক হোৱাৰ লগতে একাধিক আন্তঃৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল।