Thursday, July 7, 2022
HomeNewsঅলিম্পিকত নিজৰ ইভেণ্ট শেষ হলেই গেম ভিলেজ ত্যাগ কৰিব লাগিব এথলিটে

অলিম্পিকত নিজৰ ইভেণ্ট শেষ হলেই গেম ভিলেজ ত্যাগ কৰিব লাগিব এথলিটে

আগন্তুক অলিম্পিক প্ৰতিযোগিতাত এথলিটসকলে দীৰ্ঘসময়ৰ বাবে গেম ভিলেজত থাকিব নোৱাৰিব। ইভেণ্ট অনুষ্ঠিত হোৱাৰ ৫ দিন পূৰ্বে টকিঅ’লৈ যাব পাৰিব আৰু ইভেণ্ট শেষ হোৱাৰ ৪৮ ঘণ্টাৰ পিছত গেম ভিলেজ পৰিত্যাগ কৰিব লাগিব।

ইয়াৰ উপৰিও প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত থাকিব নোৱাৰিব সকলো খেলুৱৈ। ইয়াৰ পৰিবৰ্তে প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলেহে এই অনুষ্ঠানত উপস্থিত থাকিব পাৰিব। এই নীতি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই ক’ভিড-১৯ য়ে সৃষ্টি কৰা পৰিৱেশৰ বাবে তৈয়াৰ কৰিছে। এই বিষয়ে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ থমাছ বাকে সংবাদ মাধ্যমৰ আগত জনাইছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments