Tuesday, July 5, 2022
HomeNewsঅলিম্পিক টৰ্ছ ৰেলিত কৰ'নাৰ আতংক

অলিম্পিক টৰ্ছ ৰেলিত কৰ’নাৰ আতংক

অলিম্পিক টৰ্ছ ৰেলিত কৰ’নাৰ আতংক। সকলোধৰণৰ ক’ভিড বিধি পালনৰ পিছতো কৰ’নাত আক্ৰান্ত হ’ল এগৰাকী ৩০ বৰ্ষীয় সুৰক্ষা কৰ্মী। জানিব পৰা মতে টৰ্ছ ৰেলিৰ লগত জড়িত এগৰাকী যান-বাহন আৰক্ষীৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰিছে। আৰক্ষী জনে মাস্ক পৰিধান কৰাৰ উপৰিও সামাজিক দূৰত্ব বজাই চলিছিল। তাৰ পিছতো তেওঁৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰাত এতিয়া বিষয়টোৱে চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে যোৱা ২৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে অলিম্পিক টৰ্ছ ৰেলি। এই ৰেলিৰ এয়াই প্ৰথমটো কৰ’নাৰ সংক্ৰমণৰ ঘটনা। প্ৰথম অৱস্থাত তেওঁৰ দেহত কৰ’নাৰ লক্ষণ দেখা দিয়াত তেওঁক কৰ’না পৰীক্ষা কৰোৱা হয় আৰু ইয়াৰ পিছতে তেওঁ কৰ’নাত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়।

ইফালে জাপানৰ অধিকাংশ নাগৰিকে প্ৰতিযোগিতাখনলৈ মাত্ৰ ১০০ দিন থকাৰ অৱস্থাটো প্ৰতিযোগিতাখন বাতিল বা স্থগিত হোৱাটো আশা কৰিছে। কিন্তু আয়োজক কমিটিয়ে এতিয়াও সফলতাৰে প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিব পাৰিব বুলি দাবী কৰিছ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

15 − 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments