অলিম্পিক যোগ্যতা অৰ্জনকাৰী ছেইলৰ নেত্ৰা কুমাননলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ইতিহাস সৃষ্টি কৰি অলিম্পিক কোটা অৰ্জন কৰা ভাৰতীয় মহিলা ছেইলৰ নেত্ৰা কুমাননক টাৰ্গেত অলিম্পিক পডিয়াম স্কীমৰ ক’ৰ গ্ৰোপত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগে লগে কুমাননে উন্নত প্ৰশিক্ষণকে আদি কৰি।সকলো দিশতে চৰকাৰী সাহাৰ্য্য লাভ কৰিব। উল্লেখ্য যে বৰ্তমানলৈকে ১১৩ গৰাকী এথলিটক TOPS ৰ ক’ৰ গ্ৰোপত স্থান দিয়া হৈছে। অলিম্পিক যোগ্যতা অৰ্জন কৰা প্ৰতিগৰাকী এথলিটেই এই ক’ৰ গ্ৰোপত স্থান লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *