Wednesday, August 10, 2022
HomeNewsঅশ্বিন আৰু জাদেজাৰ পক্ষত ৰাহুল দ্ৰাবিড়

অশ্বিন আৰু জাদেজাৰ পক্ষত ৰাহুল দ্ৰাবিড়

ভাৰতৰ প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়ৰ মতে টীম ইণ্ডিয়াই ইংলেণ্ড ভ্ৰমণত আৰ অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজা দুয়োকে প্লেয়িং ইলেভেনত অন্তৰ্ভুক্ত কৰিব পাৰে। দুয়োকে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আৰু ইংলেণ্ডৰ বিৰুদ্ধে ৫ খন টেষ্টৰ শৃংখলাত অন্তৰ্ভুক্ত কৰিব।

দ্ৰাবিড়ৰ মতে, এই মুহূৰ্তত অশ্বিন আৰু জাদেজাই যিধৰণে বেটিং কৰি আছে, ই তেওঁলোকক সৰ্বশ্ৰেষ্ঠ অলৰাউণ্ড ভাৰসাম্য প্ৰদান কৰে।

তেওঁ ইণ্ডিয়া টুডেৰ আগত কৈছে, “যদি ভাৰতে কেইটামান ভাল টছ জিকে, তেন্তে ভাৰতত দুজন সঁচাকৈয়ে ভাল স্পিনাৰ থাকিব। ভাৰতৰ পেচ-বলিং আক্ৰমণৰ বাবে তেওঁলোকে অত্যাধিক সেমেকা আৰু অত্যাধিক সেউজীয়া পিটছত মেচ আৰম্ভ কৰাৰ পৰা সাৱধান হ’ব। দীঘলীয়া মেচ খেলিলে , পিটছত তিনি-চাৰি দিন পানী নিদিলে পিছলৈ পিটছত বল ঘূৰিব। যাৰ বাবে অশ্বিন আৰু জাদেজাৰ বল ঘূৰিব, যিয়ে ভাৰতক সহায় কৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments