Tuesday, October 4, 2022
HomeNewsঅসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা ৫ মেত

অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা ৫ মেত

অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা ৫ মেত

অলিম্পিয়া প্রতিবেদন: অসমৰ সকলোবোৰ ক্ৰীড়া সংগঠনৰ উমৈহতীয়া মঞ্চ অসম অলিম্পিক সন্থাৰ এ জি এম অৰ্থাৎ বাৰ্ষিক সাধাৰণ সভা অহা ৫ মেত অনুষ্ঠিত হ’ব । সিদিনা দিনৰ ১১ বজাৰ পৰা এই সভাখন অনুষ্ঠিত হ’ব গুৱাহাটী উলুবাৰীৰ আৰ জি বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত । উক্ত সভালৈ সকলো সহযোগী উপ সভাপতি , সহযোগী যুটীয়া সম্পাদক , সহযোগী সহকাৰী সম্পাদক, সকলো অধ্যক্ষ, উপাধ্যক্ষ , সকলো আহ্বায়ক, উপ আহ্বায়ক, অসম অলিম্পিক সন্থাৰ সকলো উপ সমিতিৰ সদস্যক আমন্ত্ৰণ জনোৱা হৈছে ।

আৰু অধিক পঢ়ক

অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে জনোৱা অনুসৰি এই সভাতেই সংবিধান সংশোধন, বাজেট দাখিলৰ দৰে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । সভাত সভাপতিত্ব কৰিব অসম অলিম্পিক সন্থাৰ সভাপতি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments