Wednesday, July 6, 2022
HomeNewsEvent Newsঅসম অলিম্পিক সন্থাৰ স্বাধীনতা দিৱস উদযাপন

অসম অলিম্পিক সন্থাৰ স্বাধীনতা দিৱস উদযাপন

অলিম্পিয়া প্ৰতিবেদন

৭৪ তম স্বাধীনতা দিৱস উপলক্ষে অসম অলিম্পিক সন্থাই কালি নেহেৰু ষ্টেডিয়ামত স্বাধীনতা দিৱস উদযাপন কৰে। সংস্থাৰ সম্পাদক লক্ষ্য কোঁৱৰৰ উপস্থিতিত বিশিষ্ট সাংবাদিক প্ৰণয় বৰদলৈয়ে ভাৰতীয় জাতীয় পাতাকা উত্তোলন কৰে। অনুষ্ঠানটোত সংস্থাৰ উপ সভাপতি অনুপ চৌধুৰী আৰু বিষ্ণুৰাম নুনিছাও উপস্থিত থাকে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

two × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments