অলিম্পিয়া প্ৰতিবেদন
দীৰ্ঘদিনৰ বিৰতিত অসম কাবাদী সন্থাৰ সাধাৰণ সম্পাদকৰ পদলৈ আহিল এগৰাকী নবাগত ক্ৰীড়া সংগঠক৷ প্ৰাক্তন টেনিছ খেলুৱৈ অলক কুমাৰ ত্ৰিপাঠীয়ে ৰাজ্যিক সংগঠনটোৰ সাধাৰণ সম্পাদক হিচাপে পৰৱৰ্তী চাৰি বছৰীয়া কাৰ্যকালৰ বাবে দায়িত্ব পালন কৰিব৷ যোৱা ১০ জুন, শুকুৰবাৰে এই কথা প্ৰকাশ পাইছে৷ সন্থাৰ পূৰ্বৰ সম্পাদক আবেদুৰ ৰহমান কাৰ্যকৰী সভাপতিৰ দায়িত্বত থাকিব৷ এই নতুন কাৰ্যনিৰ্বাহক কমিটিত পূৰ্বৰ সভাপতি প্ৰবীণ ৰাজনীতিজ্ঞ ভূৱনেশ্বৰ কলিতা পৰৱৰ্তী কাৰ্যকালৰ বাবেও পূৰ্বৰ পদতেই থাকিব৷ মুঠ ২৩ জনীয়া কাৰ্যনিৰ্বাহক কমিটিৰ বিষয়ববীয়াসকল হ’ল–
ৰ. সভাপতি ঃ ভূৱনেশ্বৰ কলিতা
২. অধ্যক্ষ ঃ অশোক সিংঘী
৩. কাৰ্যকৰী সভাপতি ঃ আবেদুৰ ৰহমান
চ্ছ্ৰ. উপ-সভাপতি ঃ হৰিশ গোস্বামী
প্ৰবীণ চন্দ্ৰ দাস
পবিত্ৰ কুমাৰ ডেকা
গফুৰ আলী
শ্ৰীমতী পবিত্ৰী তালুকদাৰ
ৰমেন নাথ
ধনেশ্বৰ দৈমাৰী
ললিত দেৱশৰ্মা
খৰ্গেশ্বৰ বৰা
কবিৰঞ্জন ব্ৰহ্ম
অমল নাৰায়ণ পাটোৱাৰী
খগেন চন্দ্ৰ বড়ো
মৃদুল শৰ্মা
প্ত. সাধাৰণ সম্পাদক ঃ অলক কুমাৰ ত্ৰিপাঠী
৬. যুটিয়া সম্পাদক ঃ বানেশ্বৰ ব্ৰহ্ম
বীৰেন কলিতা
ধৰণী শইকীয়া
আলাউদ্দিন আহমেদ
নুৰুদ্দিন আহমেদ
কাচেম আলী
নতুন কমিটিয়ে কিছুদিনৰ ভিতৰতে কাৰ্যভাৰ গ্ৰহণ কৰিব বুলি জনাইছে অসম কাবাদী সন্থাৰ নৱ নিয়ুক্ত সাধাৰণ সম্পাদক অলক কুমাৰ ত্ৰিপাঠীয়ে৷