Sunday, October 2, 2022
HomeNewsঅসম প্ৰবীণ ভলীবল সন্থাৰ চতুৰ্থ বাৰ্ষিক আন্তঃজিলা ভলীবল প্ৰতিযোগিতা

অসম প্ৰবীণ ভলীবল সন্থাৰ চতুৰ্থ বাৰ্ষিক আন্তঃজিলা ভলীবল প্ৰতিযোগিতা

১৪ আৰু ১৫ মাৰ্চত জৰ্জ খেলপথাৰত আয়োজন কৰা হৈছে আন্তঃজিলা প্ৰবীণ ভলীবল প্ৰতিযোগিতা। অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ উদ্দ্যোগত আৰু গুৱাহাটী প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ সহযোগত অনুষ্ঠিত কৰা হৈছে এই চতুৰ্থ বাৰ্ষিক আন্তঃজিলা প্ৰবীণ ভলীবল প্ৰতিযোগিতা। দিবা-নৈশ ভিত্তিত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত পুৰুষ মহিলা উভয়ে অংশগ্ৰহণ কৰিব। অসম প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ সাধাৰণ সম্পাদক ভবেন্দ্ৰ কুমাৰ ডেকাই সংবাদ মাধ্যমৰ জনোৱা অনুসৰি অসমৰ বিভিন্ন জিলাৰ প্ৰায় ১৭ টা দলে অংশগ্ৰহণ কৰিব প্ৰতিযোগিতাখনত।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments