Monday, October 3, 2022
HomeNewsঅসম বুক অৱ ৰেকৰ্ডছত পাণ্ডুৰ অস্মিতা পালৰ স্থান লাভ

অসম বুক অৱ ৰেকৰ্ডছত পাণ্ডুৰ অস্মিতা পালৰ স্থান লাভ

অসম বুক অৱ ৰেকৰ্ডছত পাণ্ডুৰ অস্মিতা পালৰ স্থান লাভ

অলিম্পিয়া প্ৰতিবেদন: গুৱাহাটী মহানগৰীৰ পাণ্ডু, আমেৰিকান কলনীৰ এগৰাকী সমৰ কলাৰ ছাত্ৰীয়ে ৬০ ছেকেণ্ডত ১০৩ টা কাৰাটে কিক কৰি ৰাজ্যখনৰ ভিতৰত প্ৰথম ছোৱালী হিচাবে অসম বুক অৱ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

আশীষ পাল আৰু মাধবী পালৰ জ্যেষ্ঠা কন্যা অস্মিতাই ইয়াৰ পূৰ্বেও বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত পদক অৰ্জন কৰি অসমৰ বাবে সুনাম কঢ়িয়াই আনিছে ।
শুক্ৰবাৰে,অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ অতিৰিক্ত সঞ্চালক অভিজিত সিনহাই অস্মিতাক প্ৰমাণ পত্ৰ অৰ্পণ কৰে ।

সমৰ কলাৰ ছাত্ৰী গৰাকীৰ এই সাফল্যৰ বাবে অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments