Thursday, September 29, 2022
HomeNewsঅসম ভলীবল মিছন ১০০ ৰ উদ্যোগত প্ৰাইজমানী প্ৰতিযোগিতা : মুঠ প্ৰাইজমানী ২...

অসম ভলীবল মিছন ১০০ ৰ উদ্যোগত প্ৰাইজমানী প্ৰতিযোগিতা : মুঠ প্ৰাইজমানী ২ লাখ

ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব ব্ৰহ্মপুত্ৰ ‘ভলীবল লীগ’। অসম ভলীবল মিছন-১০০ ৰ উদ্যোগত অহা ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰতিযোগিতা। প্ৰতিযোগিতাখনৰ প্ৰাইজমানি দুই লাখ টকা।

জানিব পৰা মতে প্ৰতিযোগিতাখনত ৰাজ্যৰ মুঠ ১৬ খন জিলাৰ ৩৩ টা ল’ৰাৰ দল আৰু ১৭ টা ছোৱালীৰ দলে ভাগ ল’ব। ১৬ বছৰ অনূৰ্ধ বয়সৰ ল’ৰা-ছোৱালীৰ মাজত অনুষ্ঠিত হ’বলগীয়া ব্ৰহ্মপুত্ৰ ভলীবল লীগ প্ৰতিযোগিতাখন কেৱল দেওবাৰ আৰু বন্ধৰ দিনত হে অনুষ্ঠিত হ’ব।

হ’ম আৰু এৱে’ মেচভিত্তিত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত মুঠ ১৪৪ খন মেচ অনুষ্ঠিত হ’ব। প্ৰতিটো দলতে চাৰিগৰাকীকৈ খেলুৱৈ থাকিব।সবিশেষ জানিবলৈ ৯৭০৬০৪৩০১৭ আৰু ৯১০১৫৯০৪৩৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 7 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments