Wednesday, July 6, 2022
HomeNewsঅহা মাহত গুৱাহাটী আৰু যোৰহাটত আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতা

অহা মাহত গুৱাহাটী আৰু যোৰহাটত আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতা

কৰ’না মহামাৰীৰ ভয়াবহতাৰ পৰা সম্পূৰ্ণ মুক্ত নহলেও আৰম্ভ হৈছে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা। ইতিমধ্যে অসমত দেশৰ ভিতৰতে লকডাউনৰ পিছত প্ৰথম হিচাপে সফলভাবে অহা অনুষ্ঠিত হ’ল এথলেটিকছ প্ৰতিযোগিতা। ইয়াৰ পিছতে এতিয়া টেনিছ সন্থাই অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে প্ৰতিযোগিতা।

অহা মাহত সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত ল’ৰা আৰু ছোৱালী উভয় শাখাতে অনুষ্ঠিত হ’ব দুখনকৈ আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতা। ইয়াৰ ১৬ বছৰ অনূৰ্ধ প্ৰতিযোগিসকলৰ বাবে প্ৰথমখন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৪ ৰ পৰা ৬ ডিচেম্বৰলৈ গুৱাহাটীত। আনহাতে ১৮ বছৰ অনূৰ্ধ খেলুৱৈৰ বাবে ১১ ডিচেম্বৰৰ পৰা ১৬ ডিচেম্বৰলৈ যোৰহাটত অনুষ্ঠিত হ’ব দ্বিতীয়খন আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ প্ৰতিযোগিতা।

মনকৰিবলগীয়া যে ক’ভিড-১৯ ৰ ভয়াবহতা দূৰ নোহোৱাৰ বাবে প্ৰতিযোগিতাখনত কেৱল অসমৰ প্ৰতিযোগিয়ে হে অংশগ্ৰহণ কৰিব পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 + three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments