Wednesday, July 6, 2022
HomeNewsআইপিএলত পৰাস্ত হোৱাৰ পিছতেই ধোনিয়ে অৰ্ডাৰ কৰিলে ২০০০ কড়কনাথ মুৰ্গী

আইপিএলত পৰাস্ত হোৱাৰ পিছতেই ধোনিয়ে অৰ্ডাৰ কৰিলে ২০০০ কড়কনাথ মুৰ্গী

আই পি এলত পৰাস্ত হোৱাৰ পিছত চেন্নাই চুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনিৰ ক্ৰিকেটৰ কেৰিয়াৰ প্ৰায় শেষ হোৱাৰ পথত। অৱশ্যে আই পি এলৰ পৰা এতিয়াই অৱসৰ নলয় ধোনিয়ে। পৰবৰ্তী আই পি এল খেলাৰ ইচ্ছা ধোনিৰ। সুদূৰ ইউনাইটেড আৰব আমিৰাটৰ পৰা ঘূৰি অহা ধোনিৰ হাতত এতিয়া অজশ্ৰ সময়।

ধোনিয়ে আই পি এল শেষ কৰিয়েই অৰ্ডাৰ কৰিছে কড়কনাথ নামৰ এক বিশেষ প্ৰজাতিৰ  মুৰ্গী।  ধোনিয়ে ২০০০ কড়কনাথ মুৰ্গী অৰ্ডাৰ কৰাৰ খবৰ ইতিমধ্যে প্ৰকাশ পাইছে। ক’লা ৰঙৰ এই বিশেষ প্ৰজাতিৰ মুৰ্গী বিধ ভাৰতত খুব কম হে পোৱা যায়। কিন্তু এইবিধ মুৰ্গীৰ আছে আন মুৰ্গীতকৈ অধিক প্ৰটিন। স্বাস্থ্যৰ বাবেও বেছ উপকাৰী। এইবিধ মুৰ্গীৰ ফাৰ্ম খুলিবলৈ ধোনিয়ে অৰ্ডাৰ কৰিছে ২০০০ টা কড়কনাথ। এইবিধ বিশেষ প্ৰজাতিৰ মুৰ্গীৰ ফাৰ্মৰ বাবে ইতিমধ্যে ধোনিয়ে ঝাবুয়াৰ গৱেষণা কেন্দ্ৰৰ লগত যোগাযোগ কৰি সবিশেষ তথ্য আহৰণ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments