Friday, September 30, 2022
HomeNewsআই অ' এৰ আশা : ২০২৬ এছিয়ান গেমছত অন্তৰ্ভুক্ত হ'ব খো-খো

আই অ’ এৰ আশা : ২০২৬ এছিয়ান গেমছত অন্তৰ্ভুক্ত হ’ব খো-খো

ভাৰতীয় অলিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ মেহতাই ২০২৬ চনৰ এছিয়ান গেমছত খো-খো অন্তৰ্ভুক্ত হোৱাৰ আশা প্ৰকাশ কৰিছে। উল্লেখ্য যে ২০২৬ চনত এছিয়ান গেমছ অনুষ্ঠিত হ’ব জাপানত।বৰ্তমান বিশ্বৰ প্ৰায় ২৫ খন দেশত খো-খো খেলা হয়। তাৰ অধিকাংশ দেশেই এছিয়া মহাদেশৰ।

১৬ মাৰ্চত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি এছিয়ান খো-খো ফেডাৰেচনৰ আৰু ভাৰতীয় অলিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ মেহতাই কয় “খো-খোই জাকাৰ্টাত অনুষ্ঠিত ১৮ সংখ্যক এছিয়ান গেমছৰ সময়ত পোন প্ৰথমবাৰৰ বাবে অলিম্পিক কাউন্সিল অৱ এছিয়াৰ দ্বাৰা স্বীকৃতি লাভ কৰিছিল। মই আশা কৰো খেল বিধে ২০২৬ ৰ এছিয়ান গমেছত সম্পূৰ্ণ স্বীকৃতি লাভ কৰিব।”

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments