Wednesday, July 6, 2022
HomeNewsআই চি চিৰ ফেব্ৰুৱাৰী মাহৰ প্লেয়াৰ অৱ দ্যা মন্থ বঁটা লাভ কৰিব...

আই চি চিৰ ফেব্ৰুৱাৰী মাহৰ প্লেয়াৰ অৱ দ্যা মন্থ বঁটা লাভ কৰিব ৰবিচন্দ্ৰন আশ্বিনে!

আই চি চিৰ ফেব্ৰুৱাৰী মাহৰ প্লেয়াৰ অৱ দ্যা মন্থ বঁটা লাভ কৰিব ৰবিচন্দ্ৰন আশ্বিনে! আইচি চিয়ে ফেব্ৰুৱাৰী মাহৰ প্লেয়াৰ অৱ দ্যা মন্থ বঁটাৰ বাবে মনোনীত কৰা ক্ৰিকেটাৰসকলৰ মাজত আছে ভাৰতৰ ৰবিচন্দ্ৰন আশ্বিন নাম। আশ্বিনৰ উপৰিও আই চি চিয়ে এই বঁটাৰ বাবে ইংলেণ্ডৰ অধিনায়ক জো ৰুট আৰু ৱেষ্ট ইণ্ডিজৰ অল ৰাউণ্ডাৰ কাইল মেয়াৰ্ছ।

আনহাতে মহিলাৰ শাখাত এই বঁটাৰ বাবে মনোনীত হৈছে ইংলেণ্ডৰ বেটাৰ টমী বিউমণ্ট, অলৰাউণ্ডাৰ নাট ছিভাৰৰ আৰু নিউজিলেণ্ডৰ বেটাৰ ব্ৰুক হল্লিদে।

মনকৰিবলগীয়া যে ফেব্ৰুৱাৰী মাহত আশ্বিনে তিনিখন টেষ্টত অংশগ্ৰহণ কৰি ২৪ টা উইকেট দখল কৰিছে। ইয়াৰ উপৰিও এটা শতকৰ সহায়ত ১৭৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি প্লেয়াৰ অৱ দ্যা মন্থ বঁটাৰ বাবে মনোনীত হোৱা জু ৰুটে ভাৰতৰ বিৰুদ্ধে তিনিখন টেষ্টত অংশগ্ৰহণ কৰি ৩৩৩ ৰান সংগ্ৰহ কৰাৰ উপলৰিও ৬ টা উইকেট আৰু কাইল মেয়াৰ্ছে দুখন টেষ্টত ২৬১ ৰান সংগ্ৰহ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

12 + ten =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments