Friday, August 12, 2022
HomeNewsআই পি এলত পুনৰ জুৱাৰ প্ৰভাৱ

আই পি এলত পুনৰ জুৱাৰ প্ৰভাৱ

আই পি এলত পুনৰ জুৱাৰ প্ৰভাৱ

অলিম্পিয়া প্ৰতিবেদন: দ্ৰুতগতিৰে চলি আছে চলিত ছিজনৰ আই পি এলৰ মহাৰণ ৷ জয়-পৰাজয়ৰ মাজেৰে নিজৰ অভিযান অব্যাহত ৰাখিছে প্ৰতিটো দলে ৷ তাৰ মাজতে কোটি টকীয়া এই খেলখনত কোটি টকাৰ বেটিং জুৱাও যে সমানে চলে তাৰ প্ৰমাণ কৰিলে ৪ ধৃত জুৱাৰীয়ে ৷ আই পি এল বুলিলে পোনতে মনলৈ আহে জুৱাৰ কথা ৷ তাৰ সমান্তৰালভাৱে বহু ক্ৰিকেটপ্ৰেমীয়ে লাখ লাখ টকা জুৱাৰ নামত যে অপচয় কৰে তাৰ প্ৰমাণ দাঙি ধৰিলে ৪ জুৱাৰীয়ে ৷

আৰু অধিক পঢ়ক

নৱী মুম্বাইৰ পৰা পৰা চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে নৱী মুম্বাই আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱা সুত্ৰ মতে ধৃত জুৱাৰীকেইজনৰ হাতৰ পৰা বহুকেইটা স্মাৰ্ট ফোন, লেপটপ আৰু নগদ ৩ লাখ ২০ হেজাৰতকৈ অধিক টকা জব্দ কৰা হৈছে ৷ সোমবাৰে নিশা এক গোপন সূত্ৰ অনুসৰি অভিযান আৰম্ভ কৰিছিল আৰক্ষীয়ে ৷ তাৰ পাছতেই ধৰা পৰে ৪ জুৱাৰী ৷ গ্ৰেপ্তাৰ হোৱা ৪ ধৃত অভিযুক্ত ক্ৰমে ইফটিকাৰ আহমেদ ইছবাক আহমেদ খান, আলোক কুমাৰ শিৱ কুমাৰ গুপ্তা, ইমৰাণ ছেলিম শেখ আৰু মহম্মদ ইউছুফ দাদা ৷

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments