Monday, July 4, 2022
HomeNewsআই পি এলৰ জৈৱ সুৰক্ষা ব্যৱস্থা নিকৃষ্ট পৰ্যায়ৰ

আই পি এলৰ জৈৱ সুৰক্ষা ব্যৱস্থা নিকৃষ্ট পৰ্যায়ৰ

ভাৰতত অনুষ্ঠিত হৈ থকা আই পি এলৰ জৈৱ সুৰক্ষা ব্যৱস্থা সুৰক্ষিত নহয়। এই অভিযোগ আই পি এলৰ পৰা নাম প্ৰত্যাহাৰ কৰা অষ্ট্ৰেলিয়াৰ লেগ স্পীনাৰ আডাম জাম্পাই। তেওঁ কৈছে, তেওঁ ইতিমধ্যে যিমানবোৰ জৈৱ সুৰক্ষা ব্যৱস্থাৰ মাজত দিন অতিবাহিত কৰিছে তাৰ ভিতৰত নিকৃষ্ট পৰ্যায়ৰ জৈৱ সুৰক্ষা ব্যৱস্থা হৈছে বি চি চি আইৰ জৈৱ সুৰক্ষা ব্যৱস্থা। ইয়াৰ উপৰিও তেওঁ কয় যে, বিগত বৰ্ষত ইউ এ ইত অনুষ্ঠিত হোৱা আই পি এলৰ জৈৱ সুৰক্ষা ব্যৱস্থাৰ মাজত যিমান সুৰক্ষিত হৈছিল ভাৰতত সিমান সিমান সুৰক্ষিত অনুভৱ কৰা নাই। তেওঁৰ মতে, চলিত ছিজনৰ আই পি এল যদি ইউ এ ইত অনুষ্ঠিত কৰা হ’ল হয় তেনে অধিক সুৰক্ষিত হ’লহেতেন।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + twenty =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments