Tuesday, July 5, 2022
HomeNewsআন্তঃজিলা ছিনিয়ৰ, জুনিয়ৰ ৰাগবী নলবাৰীত

আন্তঃজিলা ছিনিয়ৰ, জুনিয়ৰ ৰাগবী নলবাৰীত

নলবাৰীৰ পৰা অলিম্পিয়াৰ হৈ দীপক কুমাৰ দাস

অসম ৰাগবী সন্থাৰ উদ্যোগত আৰু নলবাৰী ক্ৰীড়া সন্থাৰ তত্বাবধানত অহা ১৯ মে’ত চৰকাৰী গৰ্ডন স্কুল খেলপথাৰ, নলবাৰীত আয়োজন কৰা হৈছে ছিনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা ৰাগবী প্ৰতিযোগিতা । ইতিমধ্যে সোমবাৰৰ পৰাই নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত গৰ্ডন স্কুল খেলপথাৰত বজালী, বঙাইগাওঁ, বাস্কা, তামুলপুৰ, নলবাৰী, চৰাইদেউ, কামৰূপ মহানগৰ আৰু ওডালগুৰি জিলাৰ ল’ৰা-ছোৱালী উভয় শাখাৰে খেলুৱৈসকলৰ অনুশীলন আৰম্ভ কৰা হৈছে । উক্ত প্ৰতিযোগিতাৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় ৰাগবী প্ৰতিযোগিতাৰ বাবে ৰাজ্যিক খেলুৱৈৰ দল বাছনি কৰা হ’ব বুলি নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে জনাইছে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments