Tuesday, October 4, 2022
HomeNewsআন্ত:জিলা দবালৈ (জুনিয়ৰ আৰু মহিলা) গুৱাহাটী দল ঘোষণা

আন্ত:জিলা দবালৈ (জুনিয়ৰ আৰু মহিলা) গুৱাহাটী দল ঘোষণা

আন্ত:জিলা দবালৈ (জুনিয়ৰ আৰু মহিলা) গুৱাহাটী দল ঘোষণা

অলিম্পিয়া প্ৰতিবেদন:

যোৰহাটত ১ অক্টোবৰৰ পৰা ৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব লগা আন্ত:জিলা দবালৈ (জুনিয়ৰ আৰু মহিলা) গুৱাহাটী দল ঘোষণা ঘোষণা কৰা হৈছে ।
নিম্নলিখিত খেলুৱৈসকলে গুৱাহাটীক বিভিন্ন শাখাত প্ৰতিনিধিত্ব কৰিব ।

অনূৰ্দ্ধ ৯ বছৰ

১। আৰোহন
২। কৃষ্ণাভ মৃণ্ময় হাজৰিকা
৩। ৰজত বাফনা
৪। নীহাৰ দাস
অনূৰ্দ্ধ ৯ বছৰ ছোৱালী

১।ৰিতিশা মাইৰা ৰাজবংশী
২। ৰূপা ৰয়
৩। আয়ুস্মিতা পল

অনূৰ্দ্ধ ১১ বছৰ ল’ৰা

১। তন্ময় ৰাজবংশী
২। জগজিত সিনহা
৩। জয়ৰাজ বৰ্মন
৪। এমিল বৰগোহাঞি

অনূৰ্দ্ধ ১১ বছৰ ছোৱালী

১। তমন্না শৰ্মা
২। হৃদিকা দাস

অনূৰ্দ্ধ ১৩ বছৰ ল’ৰা

১। হিমানীশ শৰ্ম্মা
২। শুভাঙ্গ প্ৰান কাশ্যপ
৩ । প্ৰিয়ানুজ দাস
৪। সুহান পতি

অনূৰ্দ্ধ ১৩ বছৰ ছোৱালী

১। আফশ্বীন আফশ্বা জামান
২। ইক্ষিতা বৰ্মন
৩। ডেইজী দত্ত

অনূৰ্দ্ধ ১৫ বছৰ ল’ৰা

১। শুভম ভট্টাচাৰ্য
২। নলীনাক্ষ কাশ্যপ

মহিলা শাখা

১। ৰিচা বুজৰ বৰুৱা
২। শিৱাঙ্গী প্ৰিয়া কাশ্যপ
৩। শিখামনি কলিতা
৪। স্তুতি শৰ্মা

নিৰ্বাচিত খেলুৱৈ সকলক ২০ ছেপ্টেম্বৰ, ২০২২ৰ ভিতৰত গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ নাথৰ লগত 9864911936 নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে ।
ইয়াৰ বাহিৰেও যি সকল খেলুৱৈয়ে বিশেষ এণ্ট্ৰী হিচাপে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোককো ২০ ছেপ্টেম্বৰ, ২০২২ৰ ভিতৰত গুৱাহাটী দবা সন্থাৰ সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ নাথৰ লগত 9864911936 নম্বৰত যোগাযোগ কৰিব লাগিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments