Monday, October 3, 2022
HomeNewsআমি এখন দেশে আনখন দেশৰ আলু, পিঁয়াজ খাবলৈ পাৰো যদি ক্ৰিকেট কিয়...

আমি এখন দেশে আনখন দেশৰ আলু, পিঁয়াজ খাবলৈ পাৰো যদি ক্ৰিকেট কিয় খেলিব নোৱাৰো?

‘যদি পাকিস্তান আৰু ভাৰতৰ মাজত ব্যৱসায়ীক সম্বন্ধৰ লগতে বিভিন্ন খেলৰ বাবে দুয়োখন দেশৰ মাজত অহাযোৱা চলি আছে । তেনেক্ষেত্ৰত ক্ৰিকেট খেলক লৈ সমস্যা কিয় ? আলু, পিঁয়াজৰ ব্যৱসায় যদি সম্ভৱ, তেন্তে ভাৰত-পাকিস্তানৰ মাজত ক্ৰিকেট খেল কিয় সম্ভৱ নহয় ?’ এই মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছুয়েব আখতাৰে।

আখতাৰে তেওঁৰ নিজৰ ইউটিউব একাউণ্টত এক ভিডিঅ’ প্ৰচাৰ কৰিছে, য’ত তেওঁ ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰিকেট মেচ অনুষ্ঠিত কৰাৰ পুষকতা কৰি কৈছে – ‘যদি আমি ডেভিছ কাপ খেলিব পাৰো, আমি কাবাডীও খেলিব পাৰো, তেন্তে ক্ৰিকেটত ক্ষেত্ৰত কিয় ৰাজনীতি হয় ! যদি আপোনালোকে সম্বন্ধবোৰ শেষ কৰিব বিচাৰিছেই তেন্তে ব্যৱসায় আৰু বাকী খেলসমূহ বাদ দিয়ক । ই সঁচাকৈ বহুত নিৰাশজনক কথা ।’

ইউটিউবত আপলোড কৰা ভিডিঅ’টোত আখতাৰে নিজৰ ক্ষোভ উজাৰি দুয়োখন দেশৰ মাজত দ্বিপাক্ষীয় শৃংখলা অনুষ্ঠিত হোৱাৰ পুষকতা কৰি এক তৃতীয় স্থান নিৰ্বাচনৰো পৰামৰ্শ দিছে। যাতে দুয়োখন দেশে সুৰক্ষিতভাৱে খেল অনুষ্ঠিত কৰিব পাৰে ।

YouTube player
আখতাৰৰ ইউটিউব ভিডিঅ’
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

17 + eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments