Monday, July 4, 2022
HomeNews'আয়েংগে হম ৱাপছ' আই পি এলৰ শীৰ্ষ গীত মুকলি

‘আয়েংগে হম ৱাপছ’ আই পি এলৰ শীৰ্ষ গীত মুকলি

অলিম্পিয়া প্ৰতিবেদন

অহা ১৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’ব ক্ৰিকেটৰ মহাৰণ। ক’ভিড-১৯ ৰ বাবে এইবাৰ ভাৰতৰ পৰা স্থানান্তৰিত হৈছিল ২০২০ৰ আই পি এল। বৰ্তমান দলসমূহৰ প্ৰস্তুতি তুংগত উঠিছে। প্ৰত্যেক দলেই নিজা নিজা ৰণনীতিৰে সাজু হৈছে খিতাপ দখলৰ যুঁজলৈ।

তেনে সময়তে বি চি চি আইয়ে প্ৰকাশ কৰিছে এই বৰ্ষৰ আই পি এলৰ শীৰ্ষ সংগীত। ইনষ্টাগ্ৰামকে ধৰি সামাজিক মাধ্যমসমূহত মুকলি কৰি দিয়া হৈছে এই গীতটো। তলৰ লিংকত গৈ উপভোগ কৰক গীতটো।

https://www.instagram.com/tv/CEzNGvBFcHC/?igshid=1nv2qvreytcr7
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 19 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments