Thursday, July 7, 2022
HomeNewsআৰম্ভ হৈছে ফুটবলৰ জ্বৰ : এটিকে মোহনবাগানৰ নতুন জাৰ্ছী

আৰম্ভ হৈছে ফুটবলৰ জ্বৰ : এটিকে মোহনবাগানৰ নতুন জাৰ্ছী

শেষ হ’ল আইপিএলৰ জ্বৰ। এতিয়া আৰম্ভ হ’ব আইএছ‌এলৰ জ্বৰ। আগন্তুক ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়া ছুপাৰ লীগ চমুকৈ ISL । ইতিমধ্যে প্ৰতিটো ফ্ৰেনচাইজিয়ে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বৃহস্পতিবাৰে এটিকে মোহনবাগানে তেওঁলোকৰ নতুন জাৰ্ছী উন্মোচন কৰিলে। এটিকে মোহনবাগানৰ অফিচিয়েল টুইটাৰ একাউণ্টত নতুন জাৰ্ছীৰ এক ভিডিঅ’ আপলোড কৰাৰ লগতে ইনষ্টাগ্ৰামটো আপলোড কৰিছে নতুন জাৰ্ছীৰ ফটো। সেউজীয়া আৰু মটিয়া বৰণৰ এই জাৰ্ছীৰ ল’গ’ৰ তলত কেৱল লিখা আছে Champions শব্দটো।

আনহাতে ২০২০-২১ চিজনত এটিকে মোহনবাগান এছোছিয়েট স্পনছৰ হিচাপে আছে এমপি বিৰলা চিমেণ্ট। ইয়াৰ উপৰিও ক্লাবটোৰ মুখ্য স্পনছৰ হিচাপে আছে SBOTOP সংস্থাটো।

https://www.instagram.com/p/CHfCIwoJkEv/?igshid=1xbqn299vhbc1
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 2 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments