Tuesday, October 4, 2022
HomeNewsআৰ জি বৰুৱা ছুপাৰ ডিভিজন

আৰ জি বৰুৱা ছুপাৰ ডিভিজন

জাংব্লা ব্ৰহ্মৰ হেটট্ৰিকেৰে ছানৰাইজৰ জয়

অলিম্পিয়া প্ৰতিবেদন: ছানৰাইজ এথলেটিক ক্লাবে শুক্ৰবাৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ আৰ জি বৰুৱা ছুপাৰ ডিভিজন ফুটবল লীগ ২০২২-২৩ৰ প্ৰথম মেচত মহাৰাণা এথলেটিক ক্লাবক ৩-১ গ’লত পৰাস্ত কৰে ৷ ছানৰাইজৰ ষ্ট্ৰাইকাৰ জাংব্লা ব্ৰহ্মই হেটট্ৰিক কৰি এই বিজয়ত নিৰ্ণায়ক ভূমিকা লয় ।

জাংব্লাই খেলৰ ৩৩, ৫৯ আৰু ৯০+১ মিনিটত গ’ল কৰি দলৰ বিজয় নিশ্চিত কৰে ৷ মহাৰাণাৰ হৈ দীপাংকৰ দাসে ৩৮ মিনিটত এটা গ’ল পৰিশোধ কৰে ৷ আনহাতে, জীৱেশ্বৰ গোস্বামী (গোপাল) এ ডিভিজন ফুটবল লীগত আজি নাৰেংগী এছচিয়ে ছাই এছচিৰ বিৰুদ্ধে ৱাকঅ’ভাৰ লাভ কৰে ৷ শনিবাৰে এ ডিভিজনত ৰাজবাৰী এচিয়ে মেট্ৰ’ এছচিৰ মুখামুখি হ’ব ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × three =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments