Friday, September 30, 2022
HomeNewsউত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনলৈ অসম দল ৰাওনা

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনলৈ অসম দল ৰাওনা

উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টনলৈ অসম দল ৰাওনা

অলিম্পিয়া প্ৰতিবেদন: ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাত অহা ৮ ৰ পৰা ১১ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপ ৷ এই প্ৰতিযোগিতাৰ বাবে অসমৰ ২০ জনীয়া দলটো বুধবাৰে দূপৰীয়া ইণ্ডিগো বিমানযোগে গুৱাহাটীৰ পৰা ৰাওনা হৈছে ৷ এই দলটোৰ ভিতৰত আছে ৮ গৰাকী পুৰুষ আৰু ৮ গৰাকী মহিলা খেলুৱৈ ৷ দলৰ খেলুৱৈসকল হ’ল পুৰুষ ঃ অৰিজিৎ চলিহা, তন্ময় বিকাশ বৰুৱা, হিমানীশ শেখৰ দাস, আয়ান ৰছিদ, সংগ্ৰাম চুতীয়া, সুৰজ গোৱালা, আয়াদ ৰছিদ, ৰোহিত গগৈ; মহিলা ঃ ঈশাৰাণী বৰুৱা, ময়ুৰী বৰ্মন, অংকিতা গগৈ, মনালী বৰা, শান্তিপ্ৰিয়া হাজৰিকা, দিশা শৰ্মা, দিয়া বৰা আৰু মাইনী বৰুৱা ৷ দলৰ মেনেজাৰদ্বয় এল হেমন্ত সিং, পুৰঞ্জয় শৰ্মা, প্ৰশিক্ষক এড উইন ইৰিয়াৱান আৰু বহ্নিমান বৰা ৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments