Thursday, July 7, 2022
HomeNewsআজিৰে পৰা আন্তঃজিলা জিমনাষ্টিকছ প্ৰতিযোগিতা

আজিৰে পৰা আন্তঃজিলা জিমনাষ্টিকছ প্ৰতিযোগিতা

আজিৰে পৰা আৰম্ভ হ’ব মুখলেচ আহমেদ সোঁৱৰণী ৩০ সংখ্যক সদৌ অসম আন্তঃজিলা জিমনাষ্টিকছ প্ৰতিযোগিতা। নগাঁও নুৰুল আমিন ষ্টেডিয়ামত অসম জিমনাষ্টিকছ সন্থাৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ পৰিছে।

জানিব পৰা মতে প্ৰতিযোগিতাখন ছাব জুনিয়ৰ, জুনিয়ৰ আৰু চিনিয়ৰ পৰ্যায়ত পুৰুষ আৰু মহিলা উভয় শাখাতে অনুষ্ঠিত হ’ব। ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে অসম পুলিচ দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনত পুৰুষ আৰু মহিলাৰ প্ৰায় দুই শতাধিক জিমনাষ্টে অংশগ্ৰহণ কৰিব।

প্ৰতিযোগিতাখনত অলিম্পিয়াড দীপা কৰ্মকাৰ আৰু “দ্ৰোণাচাৰ্য” সন্মান প্ৰাপ্ত প্ৰশিক্ষক বিশ্বেশ্বৰ নন্দী উপস্থিত থকাৰ কথা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

1 × 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments