Tuesday, October 4, 2022
HomeNewsকামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা ২২ মাৰ্চত

কামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা ২২ মাৰ্চত

https://olympiasports.in/

কামৰূপ জিলা পাঞ্জা প্ৰতিযোগিতা অহা ২২ মাৰ্চত আৰ্য বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক আৰু এম পি বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব ৷ এই প্ৰতিযোগিতাৰপৰাই এই বছৰৰ শেষৰফালে হ’ব লগা ৰাজ্যিক পাঞ্জা প্ৰতিযোগিতাৰ বাবে জিলা দলটো নিৰ্বাচন কৰা হ’ব ৷ ইচ্ছুক প্ৰতিযোগীসকলক সবিশেষ তথ্যৰ বাবে শান্তনু দাস আৰু দেৱজিৎ শৰ্মাক ৮৬৩৮০০০৩২৬ আৰু ৬৯০০৯২৯৭০০ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।কামৰূপ জিলা পাঞ্জা সন্থাই এই কথা জানিবলৈ দিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments