অসম অলিম্পিক সন্থাই লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৪৫ বছৰৰ উৰ্ধৰ নাগৰিকক বিনামূলীয়া ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কালিলৈ অৰ্থাত ২২ এপ্ৰিলত সন্থাৰ উদ্যোগত অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত ৪৫ উৰ্ধৰ সকলো ব্যক্তিৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ৪৫ উৰ্ধৰ সকলো সদস্যকে বিনামূলীয়াকৈ ভেকচিন প্ৰদান কৰিব। নেহেৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণ ৰাম ফুকন ইণ্ডৰ হলত ২২ এপ্ৰিলৰ পুৱা ৯ঃ৩০ বজাৰ পৰা এই বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ’ব। ইছ্যুকসলে তেওঁলোকৰ সবিশেষ দৰ্শনা বাৰ্মালৈ প্ৰেৰণ কৰিব পাৰিব। এই বিষয়ত সবিশেষ জানিবলৈ ৯৯৫৭০৮৩০৩৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।
কালিলৈ অসম অলিম্পিক সন্থাৰ উদ্যোগত প্ৰদান কৰা হ’ব বিনামূলীয়া কৰ’না ভেকচিন
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...