শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক তথা উইকেটকীপাৰ বেটছমেন কুমাৰ ছাংগাক্কাৰাক আই পি এলৰ ৰাজস্থান ৰয়েলছ দলৰ সঞ্চালক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ৰাজস্থান দলটোৱে পৰৱৰ্তী সংস্কৰণৰ বাবে ক্ৰিকেট সঞ্চালক হিচাপে ছাংগাক্কাৰাক নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে। বৰ্তমান এম চি চিৰ অন্যক্ষ ৰূপে দায়িত্ব পালন কৰি থকা ছাংগাক্কাৰাৰাই ৰাজস্থান ৰয়েলছৰ আন্তঃগাঁথনিৰ ওপৰত নিৰীক্ষণ কৰাৰ উপৰিও নাগপুৰত থকা ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট একাডেমিৰ উন্নয়নৰ বাবে কাম কৰিব।
কুমাৰ ছাংগাক্কাৰা ৰাজস্থানৰ সঞ্চালক নিযুক্তি
- Advertisment -
- Advertisment -
Magazine
তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...