Tuesday, July 5, 2022
HomeNewsকোনোৱে যদি মেলি দিলে দুয়োখন হাত আন কোনোৱে কৰিলে 'চম্মক চলো'ৰ জনপ্ৰিয়...

কোনোৱে যদি মেলি দিলে দুয়োখন হাত আন কোনোৱে কৰিলে ‘চম্মক চলো’ৰ জনপ্ৰিয় ষ্টেপঃ KKRৰ সদস্যই ব্যতিক্ৰম কৰি তুলিলে ‘কিং খান’ৰ জন্মদিন

কালি বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে নিজৰ ৫৫ সংখ্যক জন্মদিন উদযাপন কৰিলে। আইপিএলৰ কলকাতা নাইটৰাইডাৰ্ছৰ স্বত্বাধিকাৰী শ্বাহৰুখ খানে কালি তেওঁৰ জন্মদিন কলকাতা নাইটৰািডৰ্ছৰ ক্ৰিকেটাৰসকলৰ লগত উদযাপন কৰে।

কলকাতাৰ অধিনায়ক ইয়ন মৰ্গানে কয় যে তেওঁ শ্বাহৰুখ খানক লগপোৱাৰ পূৰ্বে জানিবলৈ সক্ষম হৈছিল শ্বাহৰুখ খান বলিউডৰ টম ক্ৰুজ। কিন্তু তেওঁক লগপোৱৰ পিছত তেওঁ কয় যে শ্বাহৰুখ খান টম ক্ৰুজতকৈও ভাল।

আনহাতে কলকাতা নাইটৰাইডাৰ্ছৰ অন্যান্য ক্ৰিকেটাৰসকলেও নিজস্ব ভংগীমাৰে শ্বাহৰুখ খানৰ জন্মদিনৰ শুভেচ্ছা জনাইছে। লগতে সকলোৱে শ্বাহৰুখ খানৰ সৈতে প্ৰথম সাক্ষাৎৰ বিষয়ে উল্লেখ কৰিছে। ইফালে কেইবাজনো ক্ৰিকেটাৰে শ্বাহৰুখৰ জনপ্ৰিয় ছবিৰ বিষয়েও উল্লেখ কৰে। এইসকলোৰে উৰ্ধত গৈ কলকাতা নাইটৰাইডাৰ্ছৰ ৱেষ্ট ইণ্ডিজৰ তাৰকা ক্ৰিকেটাৰ ৰাছেলে ‘ৰা-ওৱান’ ছবিৰ জনপ্ৰিয় গীত ‘চম্মক চলো’ত ঘূৰালে নিজৰ ককাল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments