Tuesday, October 4, 2022
HomeNewsকোহলিক আউট কৰিব বল্টে

কোহলিক আউট কৰিব বল্টে

  • ভাৰতৰ অধিনায়ক বিৰাট কোহলিক আউট কৰিব বল্টে।
  • এই কথা সংবাদ মাধ্যমৰ আগত বল্টে নিজ মুখেৰে কৈছে।
  • নিউজিলেণ্ডত শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰথম টেষ্টত বিৰাট কোহলিক আউট কৰাৰ পন লৈছে বল্টে।
  • আঘাটৰ বাবে দীৰ্ঘ দিন ধৰি খেল পথাৰৰ পৰা আতৰি থকা নিউজিলেণ্ডৰ তাৰকা বলাৰ ট্ৰেণ্ট বল্টে শুকুৰবাৰে ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰথমখন টেষ্টত প্ৰত্যাৱৰ্তন কৰিব।
  • প্রত্যাৱর্তন মেচত টীম ইণ্ডিয়াৰ অধিনায়ক তথা বিশ্ব ক্রিকেটৰ অন্যতম শ্রেষ্ঠ বেটছমেন বিৰাট কোহলিক আউট কৰাৰ লক্ষ্য লৈছে বাঁওহতীয়া বেগী বলাৰগৰাকীয়ে৷
  • ‘কোহলিৰ দৰে বিশ্বমানৰ বেটছমেনৰ বিৰুদ্ধে বল কৰাটো মোৰ বাবে প্রত্যাহ্বান হ’ব৷ মই এই প্রত্যাহ্বান গ্রহণ কৰিবলৈ সাজু আৰু কোহলিক আউট কৰি নিজকে প্রমাণ কৰিব বিচাৰোঁ৷’ ব’ল্টে এইদৰে কয়৷
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

9 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments