Monday, July 4, 2022
HomeNewsক্ৰিকেটৰ পথাৰলৈ আহিল হাতত বেট লৈ ক‌ইনা

ক্ৰিকেটৰ পথাৰলৈ আহিল হাতত বেট লৈ ক‌ইনা

অলিম্পিয়াৰ প্ৰতিবেদন

বিয়াৰ আগত ফটোগ্ৰাফাৰক মাতি আনি ফটোশ্বোট কৰা এতিয়া বিয়াৰ এক বাধ্যতামূলক কাৰ্যৰ দৰে হৈ পৰিছে। যদি ক‌ইনাগৰাকী এগৰাকী তাৰকা হয় তেনে কথা আৰু সুকীয়া হয়। এইবাৰ বিয়াৰ পূৰ্বে কৰা এক বিশেষ ফটোশ্বোটে খলকনি তুলিছে বিশ্ব ক্ৰীড়া ক্ষেত্ৰত। এইগৰাকী তাৰকা ক্ৰিকেটাৰৰ বিয়াৰ পূৰ্বৰ ফটো শ্বেয়াৰ কৰিছে আইচিচিৰ দৰে বিশ্ব ক্ৰীড়া সংস্থাই।

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ তাৰকা মহিলা ক্ৰিকেটাৰ সঞ্জিদা ইছলাম দেশখনৰ আন এগৰাকী ক্ৰিকেটাৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছে। বিয়াৰ পূৰ্বে ফটোশ্বোট যিহেতু কৰা হ’ব‌ই গতিকে তেওঁ ফটোশ্বোটৰ বাবে বাচি ল’লে ক্ৰিকেট পিটছ। হাত,ডিঙি, কাণৰ পৰা আৰম্ভ কৰি দেহত অলঙ্কাৰ আৰু বিবাহৰ পোছাক পিন্ধি হাতত ক্ৰিকেট বেট লৈ কৰা এই ফটোশ্বোট এতিয়া ভাইৰেল হৈ পৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments