Tuesday, October 4, 2022
HomeNewsক'ৰনাত আক্ৰান্ত হৈছে এইগৰাকী তাৰকা সাঁতোৰবিদ

ক’ৰনাত আক্ৰান্ত হৈছে এইগৰাকী তাৰকা সাঁতোৰবিদ

  • ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈছে এগৰাকী অলিম্পিক স্বৰ্ণ বিজয়ী সাঁতোৰবিদ।
  • ক’ৰনাত আক্ৰান্ত হোৱা সাঁতোৰবিদ গৰাকী আফ্ৰিকাৰ কেমৰুন ভান ডাৰ।
  • সোমবাৰে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা নিজেই প্ৰকাশ কৰিছে কেমৰুনে।
  • কেমৰুনে নিজৰ টুইটাৰত বিগত ১৪ দিন ধৰি ক’ৰনাত আক্ৰান্ত হৈ আছে বুলি উল্লেখ কৰিছে।
  • ইয়াৰ উপৰিও কেমৰুনে Covid-19 ক পৃথিৱীৰ অন্যতম ভয়াৱহ ভাইৰাছ হিচাপে আখ্যা দি কৈছে তেওঁ উশাহ লোৱাত যথেষ্ট কষ্ট অনুভৱ কৰিছে।
  • ক’ৰনাত আক্ৰান্ত হোৱাৰ বাবেই টকিঅ’ অলিম্পিকৰ প্ৰস্তুতি চলাব পৰা নাই বুলি খেদ প্ৰকাশ কৰিছে তাৰকা সাঁতোৰবিদ গৰাকীয়ে।
  • উল্লেখ্য যে ২০১২ৰ গ্রীষ্মকালীন অলিম্পিকত কেমেৰুন ভান ডাৰ বার্গে ১০০ মিটাৰ ব্রেষ্ট ষ্ট্রোকত সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হৈছিল ৷
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three + one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments