Monday, July 4, 2022
HomeNewsক'ৰনাৰ প্ৰকোপ শেষ নহলেও টকিঅ' অলিম্পিকৰ ষ্টেডিয়ামত ভৰি থাকিব দৰ্শক

ক’ৰনাৰ প্ৰকোপ শেষ নহলেও টকিঅ’ অলিম্পিকৰ ষ্টেডিয়ামত ভৰি থাকিব দৰ্শক

আগন্তুক টকিঅ’ অলিম্পিকত ষ্টেডিয়ামত দেখা পোৱা যাব ভৰপূৰ দৰ্শক। কৰ’না মহামাৰীৰ বাবে এবছৰ পিছুৱাই দিয়া প্ৰতিযোগিতাখনক লৈ ভিন্ন সময়ত অনিশ্চয়তাই দেখা দি আহিছে। অৱশ্যে শেহতীয়াকৈ পৰীক্ষামূলকভাৱে চতুৰ্দেশীয় এক জিমনাষ্টিকছ প্ৰতিযোগিতা দৰ্শকৰ উপস্থিতিৰ মাজেৰে সফলভাবে অনুষ্ঠিত কৰি অলিম্পিকৰ বাবে পূৰ্ণৰূপত সাজু হৈ উঠিছে টকিঅ’ অলিম্পিকৰ আয়োজকসকল। ইয়াৰ উপৰিও ফাইজৰ কোম্পানীৰ কৰ’নাৰ ভেকচিন আৰম্ভণি ট্ৰায়েলত ৯০% সফল হৈছে বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ অধ্যক্ষ থমাছ বকে কয় যে, এইবোৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি মোৰ বিশ্বাস জন্মিছে যে, অলিম্পিক স্থানত ভালে সংখ্যক দৰ্শক আহিবলৈ পাৰিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen + 18 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments