Tuesday, October 4, 2022
HomeNewsখেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ দুই জুডো অফিচিয়েল

খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ দুই জুডো অফিচিয়েল

খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছলৈ অসমৰ দুই জুডো অফিচিয়েল

অলিম্পিয়া প্রতিবেদন: অহা ২৪ এপ্রিলৰ পৰা ৩ মে’লৈ বেংগালুৰুত হ’বলগীয়া দ্বিতীয় খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ জুডো প্ৰতিযোগিতাৰ ইভেন্ট পৰিচালনা কৰাৰ বাবে অসমৰ দুজন টেকনিকেল অফিচিয়েল আমন্ত্রিত হৈছে । ২৭ এপ্রিলৰ পৰা ৩০ এপ্ৰিললৈ জুডো ইভেন্টসমুহ অনুষ্ঠিত হ’ব । অসমৰ আমন্ত্রিত অফিচিয়েল দুজন হ’ল– সৌন্দর্য্য প্ৰসাদ চলিহা আৰু ভুৱন সিনহা । উল্লেখ্য যে ইয়াৰে সৌন্দর্য্য প্ৰসাদ চলিহা, গুৱাহাটীত অনুষ্ঠিত ছাউথ এছিয়ান গেমছ তথা এছিয়ান কেডেট এণ্ড জুনিয়ৰ জুডো প্ৰতিযোগিতা পৰিচালনা কৰাৰ অভিজ্ঞতাৰে পৰিপুষ্ট ।
এই কথা জনালে, সদৌ অসম জুডো সন্থাৰ সম্পাদক জাফৰ খা

আৰু অধিক পঢ়ক

অলিম্পিয়া মাহেকীয়া আলোচনী পঢ়িবলৈ ইয়াত ক্লিক কৰক

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments