Thursday, July 7, 2022
HomeNewsখেলো ইণ্ডিয়া য়ুথ গেমছলৈ  অসমৰ তিনি জুডো খেলুৱৈ

খেলো ইণ্ডিয়া য়ুথ গেমছলৈ  অসমৰ তিনি জুডো খেলুৱৈ

 

ডিফুৰ পৰা অলিম্পিয়া প্ৰতিবেদন

হাৰিয়ানাৰ পঞ্চকুলাত শনিবাৰে আৰম্ভ হোৱা চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছ প্ৰতিযোগিতালৈ অসমৰ পৰা তিনি গৰাকী জুডো খেলুৱৈ নিৰ্বাচিত হৈছে । এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণৰ বাবে ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। ৷ নিৰ্বাচিত
খেলুৱৈ কেইগৰাকী ক্ৰমে পূৰৱী শৰ্মা, বৰষা বসুমতাৰী আৰু বিজিত বণিকে ক্ৰমে অনূৰ্দ্ধ ৪৪ কিঃ গ্ৰাঃ, ৫২ কিঃগ্ৰাঃ আৰু ৬০ কিঃ গ্ৰামৰ শাখাত অংশ ল’ব । এইকথা জনাইছে কাছাৰ জুডো আৰু ৰেছলিং শা ৷আজিৰপৰা আৰম
হোৱা প্ৰতিযোগিতাত অসমৰ এই তিনি জুডো খেলুৱৈয়ে ৯ জুনত প্ৰতিযোগিতাত অবৱতীৰ্ণ হ’ব ৷ প্ৰশিক্ষক হিচাপে অসীমা শইকীয়াই অংশগ্ৰহণ কৰিছে

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

20 + 14 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments