ডিফুৰ পৰা অলিম্পিয়া প্ৰতিবেদন
হাৰিয়ানাৰ পঞ্চকুলাত শনিবাৰে আৰম্ভ হোৱা চতুৰ্থ খেলো ইণ্ডিয়া য়ুথ গেমছ প্ৰতিযোগিতালৈ অসমৰ পৰা তিনি গৰাকী জুডো খেলুৱৈ নিৰ্বাচিত হৈছে । এই ক্ৰীড়া সমাৰোহত অংশগ্ৰহণৰ বাবে ইতিমধ্যে তেওঁলোকে যাত্ৰা আৰম্ভ কৰিছে। ৷ নিৰ্বাচিত
খেলুৱৈ কেইগৰাকী ক্ৰমে পূৰৱী শৰ্মা, বৰষা বসুমতাৰী আৰু বিজিত বণিকে ক্ৰমে অনূৰ্দ্ধ ৪৪ কিঃ গ্ৰাঃ, ৫২ কিঃগ্ৰাঃ আৰু ৬০ কিঃ গ্ৰামৰ শাখাত অংশ ল’ব । এইকথা জনাইছে কাছাৰ জুডো আৰু ৰেছলিং শা ৷আজিৰপৰা আৰম
হোৱা প্ৰতিযোগিতাত অসমৰ এই তিনি জুডো খেলুৱৈয়ে ৯ জুনত প্ৰতিযোগিতাত অবৱতীৰ্ণ হ’ব ৷ প্ৰশিক্ষক হিচাপে অসীমা শইকীয়াই অংশগ্ৰহণ কৰিছে