Tuesday, October 4, 2022
HomeNewsগুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছৰ সূচী

গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছৰ সূচী

অলিম্পিয়া প্ৰতিবেদন

সদৌ অসম টেনিছ সন্থাই ঘোষণা কৰিলে আইটাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টৰ সূচী । সূচী অনুসৰি
(১) আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট ক্ৰমে ১২ আৰু ১৪ বছৰৰ ল’ৰা আৰু ছোৱালীৰ বাবে অনুষ্ঠিত হব ৯ মেৰ পৰা ১৩ মে লৈ ।
(২) আইটা চেম্পিয়নশ্বিপ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট ১৬ আৰু ১৮ বছৰৰ বয়সৰ ল’ৰা ছোৱালীৰ বাবে অনুষ্ঠিত হ’ব ৬ জুনৰ পৰা ১০ জুনলৈ
(৩) অইল- আইটা ছুপাৰ চিৰিজ টেনিছ টুৰ্ণামেণ্ট ১৬ আৰু ১৮ বয়সৰ ল’ৰা আৰু ছোৱালীৰ বাবে অনুষ্ঠিত হ’ব ৪ জুলাইৰ পৰা ৮ জুলাইলৈ ।
(৪) অইল- আইটা ছুপাৰ ছিৰিজ টেনিছ টুৰ্ণামেণ্ট ১২ আৰু ১৪ বয়সৰ ল’ৰা আৰু ছোৱালীৰ বাবে অনুষ্ঠিত হ’ব ৫ ছেপ্টেম্বৰৰ পৰা ৯ ছেপ্টেম্বৰলৈ।
১৮ বছৰৰ উৰ্দ্ধৰ ল’ৰা আৰু ছোৱালীৰ বাবে হ’বলগা আই টি এফ জুনিয়ৰ আৰু ইণ্টাৰনেচনেল ৰেংকিং টেনিছ টুৰ্ণামেণ্ট খনৰ সময়সূচী অতি শীঘ্ৰে ঘোষণা কৰা হ’ব।
অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen − 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments